নাৰেংগীনাৰেঙ্গী

নাৰেঙা (Assamese) [ Roman: na.re.nga]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-05
1. Fruits(Common Noun) a citrus fruit with a color that can be produced by mixing red and yellow known by the same name (orange). ৰঙা আৰু হালধীয়া ৰঙৰ সংমিশ্ৰণত সৃষ্টি কৰিব পৰা একে নামৰ ৰঙৰ (কমলা) এক টেঙা জাতীয় ফল

Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-08-10
2. (Material Noun-Neuter) a sore on the skin or a mucous membrane, accompanied by the disintegration of tissue, the formation of pus, etc. ছাল বা শৰীৰৰ ভিতৰৰ কোনো আৱৰণত হোৱা ঘা, য’ত কলা নষ্ট হয় আৰু পূঁজ জমা হয়|