নাম-গুণনাম-গোৱা

নাম-গোন্ধ (Assamese) [ Roman: nam-go`n.dh]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-10
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Abstract Noun) indication of the presence of something that is no longer present or in existence. পূৰ্বতে থকা কোনো বস্তুৰ একেবাৰে অস্তিত্ব নথকা বা ধৰিব নোৱাৰা অৱস্থা হোৱা ৷