নকমিলেনকল কৰ্

নকল (Assamese) [ Roman: no.kol]
1. (Abstract Noun) A true copy or extract of an original writing or record কোনো মূল লেখা বা নথি অথবা তাৰ কোনো অংশৰ হুবহু ৰূপত তৈয়াৰ কৰা অন্য এক নথি
English: copy, duplicate, estreat, xerox,
Assamese: দ্বিতীয়ক, নকল, প্ৰতিলিপি,
Bodo: जेरॉक्स, नकल,
Khasi: ka jingthok,
Garo: apsanchrak seani,
Meeteilon: chap manana shinba,
Dimasa: daogari, jeroks,
Hindi: अनुकृति

Example Sentences:

1. পৰীক্ষাত নকল কৰোতে সি ধৰা পৰিল।

2. (Proper Adj.-Neuter) looks like original, but not original আচলৰ দৰে দেখিবলৈ, কিন্তু আচল নহয়৷
English: duplicate,
Assamese: নকল, ভুৱা

Example Sentences:

1. নকল টকা দি সি মোক থগিবলৈ বিচাৰিছিল।

নকল (Bangla)
Contributed by: Dipankar Ghosh on 0000-00-00
3. (Proper Adj.-Neuter) claimed to be from the original sources, but actually not প্ৰকৃত বা সঁচা বুলি দাবী কৰা, কিন্তু দৰাচলতে তেনে নোহোৱা