ধৰন্ ধৰফৰণি

ধৰফৰ (Assamese) [ Roman: dho.r. pho.r]
Contributed by: Bornaly Hazarika on 2011-01-15
Ref: আধুনিক অসমীয়া অভিধান : বৰুৱা, নেওগ, দেৱশৰ্মা
1. Emotions-Expressions(Abstract Noun) the character of not being able to focus or be stationary due to fear or anxiety ভয় বা মানসিক আকুলতাৰ বাবে কোনো কথাত লাগি থাকিব নোৱাৰা বা থিৰে থাকিব নোৱাৰা অৱস্থা