তৰ্জ্জনীতৰ্জ্জমা

তৰ্জ্জন্‌-গৰ্জ্জন্‌ (Assamese) [ Roman: tor.jon-gor.jon]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-11
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Verbal Noun) the act of raving and ranting in fury. খঙত গুজৰি-গুমৰি ডাবি-ধমকি দিয়া কাৰ্য্য ৷