তাউলা তাওকিল

তাও (Assamese) [ Roman: tao`]
Contributed by: Biraj Kumar Kakati on 2011-09-21
1. (Abstract Noun) The quality of being hot, due to the internal energy associated with the random motion of atoms or molecules in a body. কোনো পদাৰ্থৰ ভিতৰত থকা অণু-পৰমাণুৰ বিশৃংখল গতিৰ ফলত অন্তৰ্নিহিত শক্তি বাঢ়ি গৰম হোৱা গুণ বা অৱস্থা৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-23
Ref: চন্দ্ৰকান্ত অভিধান
2. Cuisine-Food(Material Noun-Neuter) as much as is cooked at a time এবাৰত ৰন্ধা ভাত, আঞ্জা আদি