তধামূৰি খাতনিকা

তন (Assamese) [ Roman: ton]
Contributed by: Biraj Kumar Kakati on 2008-08-08
1. (Material Noun-Neuter) the physical structure and material substance of an animal or plant, living or dead. জীৱিত বা মৃত, প্ৰাণী বা উদ্ভিদৰ শাৰীৰিক গঠন বা ভৌতিক ৰূপ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Ref: চন্দ্ৰকান্ত অভিধান
2. Anatomy(Material Noun-Neuter) Either of two soft fleshy milk-secreting glandular organs on the chest of a woman. নাৰীৰ বুকুত থকা দুগ্ধ নিঃসৰণকাৰী আৰু কোমল মঙহাল অংগদুটাৰ যিকোনো এটা ৷