ঢোৰোহা-পেটাঢৌ কাট্

ঢৌ (Assamese) [ Roman: dhou Origin: বাং. (হেম১৩)]
1. (Material Noun-Neuter) A ridge or swell moving through or along the surface of a large body of water কোনো বৃহত্ জলাশয়ৰ পৃষ্ঠত উঠা বা ওপৰেৰে বাগৰি যোৱা পানীৰ ওফোন্দ

Contributed by: Ramen Baro on 2024-01-09
2. (Abstract Noun) Sea waves, loud noise by a large sea wave সাগৰৰ ঢৌ, পানীৰ খলকনি, পানী খলক লগাৰ শব্দ

3. Medical Science(Material Noun-Neuter) an abnormal enlargement or protuberance, as that resulting from edema, injury or infection etc. দেহৰ কোনো অংশ পানী জমা হোৱা, আঘাত, বীজাণুৰ সংক্ৰমণ আদিৰ ফলত অস্বাভাৱিক ভাৱে ফুলি উঠা।