জুতি-পুতি-নমাজুতিয়া

জুতিলগা (Assamese) [ Roman: ju.ti.lo.ga]
Contributed by: Anjali Sonowal on 2009-11-30
1. (Proper Adj.-Neuter) Highly pleasing or agreeable to the senses, especially of taste or smell. জিভাত জুতি লগাকৈ বা খাবলৈ সোৱাদ লগাকৈ তৈয়াৰ কৰা খাদ্য বা ফলমুল ৷