চৰাচৰাই এঠা

চৰাই (Assamese) [ Roman: so.rai]
co.adj: ডাঙৰ~, ধুনীয়া~, বিৰল~, সৰু~, plc: -বিলাক, -বোৰ, dfc: -জনী, -টো
1. Zoology(Common Noun-Common) A warm-blooded, egg-laying, feathered vertebrate with the forelimbs modified to form wings. এযোৰ ডেউকা (পাখি) সহায়ত উৰিব পৰা এবিধ উষ্ণৰক্তী অণ্ডজ প্ৰাণী ।