চিৰহৰিৎচিৰাং

চিৰা (All)

চিৰা (Assamese) [ Roman: si.ra]
Contributed by: Anjali Sonowal on 2008-11-19
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Material Noun-Neuter) rice that has been pressed flat and dried,used in Asian cooking. ভজা ধানৰ চেপেটা কৰা চাউল ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
Ref: চন্দ্ৰকান্ত অভিধান
2. Plants(Material Noun-Neuter) a long array of fruits/seeds within a sheeth এটা আৱৰণৰ ভিতৰত থকা গছৰ ফল বা গুটিৰ দীঘলীয়া লানি বা শাৰী