গতনীয়াগতাই দে

গতা (Assamese) [ Roman: go.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-19
1. (Verb-Trans.) Formal give up of one's rights to or possession of. নিজৰ অধিকাৰ বা স্বত্ত আনুষ্ঠানিকভাৱে ত্যাগ কৰ্।

Contributed by: Bikram M Baruah on 2008-12-13
2. (Verb-Trans.) to hand over something in good faith or confidence. বিশ্বাস বা ভাৰষা কৰি কোনো বস্তু বা দায়িত্ব আনক দে।