গণ মাধ্যমগণ-সংক্ৰমণ

গণ-জাগৰণ (Assamese) [ Roman: go.go-ja.go.ron]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-18
1. Political Science(Abstract Noun) a radical and pervasive change in society and the social structure, esp. one made suddenly and often accompanied by violence. সমাজ আৰু সামাজিক গাঁথনিৰ এক আমূল, সুদূৰপ্ৰসাৰী পৰিবৰ্ত্তন, বিশেষকৈ হঠাতে হোৱা আৰু সাধাৰণতে হিংসা জৰিত থকা।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-02-13
2. (Abstract Noun) গৰিষ্ঠ সংখ্যক জনতা জড়িত হোৱা এক বিদ্ৰোহ