কেতুমালাকেতেকি-কতাল

কেতেক (Assamese) [ Roman: ke.tek]
Contributed by: Biraj Kumar Kakati on 2008-03-01
Ref: হেমকোষ (পুৰণি)
1. (Pronoun) used in interrogative sentence to enquire the amount of something কোনো বস্তু আৰু সময়ৰ পৰিমাণ জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ

Contributed by: Biraj Kumar Kakati on 2008-03-01
Ref: আধুনিক অসমীয়া শব্দকোষ
2. (Pronoun) used in interrogative sentence to enquire the number or quantity of something সিমিত সংখ্যক কোনো বস্তু বা মানুহ বা প্ৰাণী বুজোৱা শব্দ৷
English: how many,
Assamese: কতক, কেই, কেইটা, কেতেক,
Karbi: koan,
Dimasa: bisilai, mabisi

Related Idea:

a. Pronoun: how much, কত, কতক, কিমান, কেখনি...