কেঁতুৰীয়াকেঁহা
কেঁথা (Assamese) [ Roman: ke~.tha]
Contributed by: Atul Ch. Kakoti on 2009-06-14
English: comforter, quilt,
Assamese: কঁথা, কন্থা, কেঁথা, গদলা, দগলা, নিহালি, লেপ, ৰেজাই,
Garo: lep,
Dimasa: lep
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-15
English: dwarf,
Assamese: কঁটীয়া-বজৰু, কঁঠালগুটীয়া, কটীয়া, কিটিৰা, কেঁথা, খাদৌ দৌ, গাইথা bo , ঘিটমিটীয়া, ঘিটিৰ-মিটিৰ, ঘিটিৰা, চাপাৰ bo , চুটি-চাপৰ, টিকিৰা, টিলিকা, ঠিহিৰা, থাউকাল, বাংনা bo , বাওনা, বাটলুগুটীয়া, বুতা, বুতি bo , বোন্দোৰা, ভুটকুৰা, মুনিয়া,
Bodo: बावना,
Mising: andeng, mipet, oted,
Dimasa: jotega,
Nepali: गान्टे, पुड्को, बुच्को,
Rabha: বাম্বুৰ,
Deori: চ্চতুগা-মুতুগা, পাজ, পাজবা, পাতি-তিগা, পাতিগা, বাউনা
কেঁথা (Assamese) [ Roman: ke~.tha]
Contributed by: Atul Ch. Kakoti on 2009-06-14
1. (Material Noun-Neuter) a bedding item made with two layers of cloth filled with stuffing দুতৰপ কাপোৰৰ মাজত কপাহ ভৰাই তৈয়াৰ কৰা শোঁওতে গাত লোৱা জাৰ-কাপোৰ
Assamese: কঁথা, কন্থা, কেঁথা, গদলা, দগলা, নিহালি, লেপ, ৰেজাই,
Garo: lep,
Dimasa: lep
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-15
2. (Proper Adj.-Common) A person or plant or animal below natural size. সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।