আতঞ্জআতপ

আততায়ী (Assamese) [ Roman: a.to.ta.yi]
plc: -সকল, dfc: -জন
1. (Common Noun-Common) A person who favours or uses extreme or violent methods, esp. to bring about political change. ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে উগ্ৰ, চৰম আৰু যুদ্ধংদেহী পন্থা লোৱা ব্যক্তি ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-11
2. (Common Noun-Common &/or Masculine) One who tries to hurt someone physically by use of force or verbally by criticising. যি আনক শাৰীৰিক ভাৱে বল প্ৰয়োগ কৰি অথবা মৌখিক ভাৱে সমালোচনা কৰি আঘাত কৰে।