অৱশোষণ-মাপঅৱশ্যম্ভাৱী

অৱশ্য (Assamese) [ Roman: o.wa.syo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-25
Ref: চন্দ্ৰকান্ত অভিধান
1. (Adverb) sth determined, specified or decided earlier to happen/do. হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।

Contributed by: Ranjita Pegu on 2007-04-14
2. (Proper Adj.-Common) that cannot be subdued or overcome, as persons, will, or courage. যাক দমন বা শাসন কৰিব নোৱাৰি, যেনেঃ ব্যক্তি, বাসনা বা সাহস।