অভ্যুত্থানঅভ্যুদয়-শ্ৰাদ্ধ

অভ্যুদয় (Assamese) [ Roman: o.bhyu.doy]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-22
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Abstract Noun) the general good of a community or a person. এজন ব্যক্তি বা সম্প্ৰদায়ৰ সৰ্বতোপ্ৰকাৰ ভাল।

Contributed by: Bikram M Baruah on 2010-07-06
2. (Abstract Noun) Increse in power and status, upward progress ক্ষমতা, শক্তি আদিৰ বৃদ্ধি হোৱা৷