অভিনিৱিষ্টঅভিনীত
অভিনিৱেশ (Assamese) [ Roman: o.bhi.ni.bex]
Contributed by: Biraj Kumar Kakati on 2008-02-02
English: attention, heed, lucubration,
Assamese: অভিনিৱেশ, অৱধান, আবেশ, আৱেশ, কাণসাৰ, তদ্গদচিত্ততা, তম্গম্, নিবিষ্টচিত্ততা, প্ৰণিধান, মনকাণ, মনোনিৱেশ, মনোযোগ,
Bodo: गोसो हो,
Bishnupriya Manipuri: মনযোগ,
Tai: আৱ খাৱ
অভিনিৱেশ (Assamese) [ Roman: o.bhi.ni.bex]
Contributed by: Biraj Kumar Kakati on 2008-02-02
1. (Verbal Noun) A general interest that leads people to want to know more. কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
Assamese: অভিনিৱেশ, অৱধান, আবেশ, আৱেশ, কাণসাৰ, তদ্গদচিত্ততা, তম্গম্, নিবিষ্টচিত্ততা, প্ৰণিধান, মনকাণ, মনোনিৱেশ, মনোযোগ,
Bodo: गोसो हो,
Bishnupriya Manipuri: মনযোগ,
Tai: আৱ খাৱ