অনিবাৰ্যঅনিমজ
অনিবাৰ্য্য (Assamese) [ Roman: o.ni.bar.jyo]
Contributed by: Biraj Kumar Kakati on 2008-02-07
English: imperative, irresistible, unpreventable,
Assamese: অদম্য, অনিবাৰ, অনিবাৰ্য, অনিবাৰ্য্য, অনিৰ্বাৰ, অৱশ্যম্ভাৱী, দুৰ্নিবাৰ, দুৰ্বাৰ,
Bodo: बाथायनाय, बिथोन दिनथिग्रा
অনিবাৰ্য্য (Assamese) [ Roman: o.ni.bar.jyo]
Contributed by: Biraj Kumar Kakati on 2008-02-07
1. (Abstract Noun) Something that can not be prevented, likely to happen. যিটো নিবাৰণ বা ৰোধ কৰিবলৈ টান, তেনে |
Assamese: অদম্য, অনিবাৰ, অনিবাৰ্য, অনিবাৰ্য্য, অনিৰ্বাৰ, অৱশ্যম্ভাৱী, দুৰ্নিবাৰ, দুৰ্বাৰ,
Bodo: बाथायनाय, बिथोन दिनथिग्रा