অংশীদাৰঅংশীদাৰী

অংশীদাৰিত্ব (Assamese) [ Roman: ong.xi.da.rit.tbo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-01-03
1. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি
English: companion, company, partnership,
Assamese: অংশীদাৰিত্ব, আসংগ, আসঙ্গ-প্ৰসঙ্গ, লগ, লগ-ভাগ, সংগ, সমভিব্যাহাৰ, সহযোগ, সান্নিধ্য, সাহচৰ্য্য, সাৰথি,
Bodo: , बाहागो गोनां, लोगो,
Mising: ajon,
Garo: apsan rorimgipa, dakrimgipa,
Bishnupriya Manipuri: তিলনি,
Nagamese: chati,
Deori: লগ

Example Sentences:

1. পৰিয়াল তথা বন্ধু-বান্ধৱ সকলোৰে অংশীদাৰিত্ৱত সকামটো ভালদৰে সম্পন্ন হ'ল।