yours faithfullyyouth

yourself (English) [ IPA: jərˈself ASM: ইয়ৰচেলফ]
Contributed by: Partha P Sarmah on 2008-08-21
1. (Pronoun) the reflexive form of 'you'. It is used when the person being spoken to both causes and is affected by an action. তুমি, তই বা আপুনিৰ আত্মবাচক ৰূপ৷ বাক্যত যাৰ বিষয়ে কোৱা হয় তেৱেঁই যদি কিবা কাম কৰে বা/আৰু সেই কামটোৰ দ্বাৰা প্ৰভাৱান্বিত হয় তেতিয়া ইয়াৰ ব্যৱহাৰ হয়৷