quorumquotation

quota (English) [ IPA: ˈkwoʊtə ASM: কোটা]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-26
1. (Abstract Noun) the number or percentage of persons of a specified kind permitted to enroll in a college, join a club, immigrate to a country, etc. কোনো মহাবিদ্যালয়, ক্লাব আদিত অন্তৰ্ভুক্ত হ’ব পৰাকৈ বিশেষ ব্যক্তিৰ বাবে সংৰক্ষিত হৈ থকা নিৰ্দিষ্ট নিৰ্দ্ধাৰিত অংশ বা আনুপাতিক ভাগ ৷