presidiumpressure

press (English) [ IPA: ˈpres ASM: প্ৰেচ]
1. (Material Noun-Neuter) an establishment for printing books, magazines, etc. কিতাপ, আলোচনী আদি ছপা কৰা প্ৰতিষ্ঠান

Contributed by: Bikram M Baruah on 2006-03-17
2. (Verb-Trans.) to force to do something by threatening of dare consequence if not done. নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।

3. (Verb-Trans.) to apply pressure from two or more sides at the same time কোনো বস্তুত একে সময়তে দুই বা ততোধিক ফালে হাতেৰে বা কোনো সঁজুলিৰে চাপ প্ৰয়োগ কৰা কাৰ্য্য