Persea macrophylla Blpersevering

persecution (English) [ IPA: ˌpərsɪˈkjuːʃən ASM: পাৰচিকিউচন]
Contributed by: joyshree sutradhar on 2008-02-14
1. Abstract Noun(Abstract Noun) when people are governed in an unfair and cruel way, prevented from having opportunities and freedom and subjected to unfair rules. যেতিয়া মানুহক অন্যায় আৰু নিষ্ঠুৰভাৱে শাসন কৰা হয়, সুযোগ আৰু স্বাধীনতাৰ পৰা বঞ্চিত কৰা হয় আৰু অন্যায্য নীতি-নিয়ম মানিবলৈ বাধ্য কৰা হয় ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-10-04
2. (Abstract Noun) the act or an instance of harassing, or disturbing, pestering, or troubling repeatedly. কোনো লোকক অহৰহ অশান্তি দিয়া কাৰ্য্য।