mi-angkokmia

mi-i (Karbi)
Contributed by: Sarthe Teron Milik (ছাৰ্থে টেৰন মিলিক) on 2015-01-09
1. (Abstract Noun) the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness. নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়