jotjothai
jotega (Dimasa)
English: dwarf,
Assamese: কঁটীয়া-বজৰু, কঁঠালগুটীয়া, কটীয়া, কিটিৰা, কেঁথা, খাদৌ দৌ, গাইথা bo , ঘিটমিটীয়া, ঘিটিৰ-মিটিৰ, ঘিটিৰা, চাপাৰ bo , চুটি-চাপৰ, টিকিৰা, টিলিকা, ঠিহিৰা, থাউকাল, বাংনা bo , বাওনা, বাটলুগুটীয়া, বুতা, বুতি bo , বোন্দোৰা, ভুটকুৰা, মুনিয়া,
Bodo: बावना,
Mising: mipet, oted,
Dimasa: jotega,
Nepali: गान्टे, पुड्को, बुच्को,
Rabha: বাম্বুৰ,
Deori: চ্চতুগা-মুতুগা, পাজ, পাজবা, পাতি-তিগা, পাতিগা, বাউনা,
1. (Proper Adj.-Common) A person or plant or animal below natural size.
সাধাৰণতকৈ সৰু আকাৰৰ মানুহ, উদ্ভিদ অথবা জন্তু।