jiajibah-lingbah jibah (Dimasa) Contributed by: Kulendra Daulagupu on 2009-08-12 1. (Verbal Noun) The act of consuming food. ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷ English: eating, Assamese: অদন, অভ্যৱহাৰ, অভ্যৱহৰণ, অশন, আশ, খাওন, খাদন, খাৱন, খোৱা-বোৱা, খোৱা-লোৱা, গ্ৰসন, গ্ৰাসকৰণ, নিগৰণ, প্ৰত্যৱসান, প্ৰাশ, প্ৰাশন, প্ৰাসন, ভক্ষণ, ভুক্তি, ভোজন, সেৱন, Bodo: जागासिनो दं, जादों, Dimasa: jibah, jibah-lingbah