intercontinentalinterdict

intercourse (English) [ IPA: ˈɪntərˌkɔrs ASM: ইণ্টাৰকৰ্চ]
1. (Verbal Noun) The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur. পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-01-30
2. (Verbal Noun) connection or dealings between persons or groups. কোনো ব্যক্তি, সংগঠন আদিৰ মাজত যোগাযোগ৷