compactnesscompanionable

companion (English) [ IPA: kəmˈpænjən ASM: কমপেনিয়ন]
Contributed by: Vrigu Kr Borah on 2008-09-15
1. (Abstract Noun) the presence of friends, partners & family members around ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-21
Ref: চন্দ্ৰকান্ত অভিধান
2. (Common Noun-Masculine) a person whom one knows, likes, and trusts যি ব্যক্তিক ভাল দৰে জনা যায়, ভাল পোৱা যায় আৰু বিশ্বাস কৰা হয়