blend(Language: English; Transcription: ব্লেণ্ড)
Related words: null


Meaning:
(Verb-Trans.) to add one (substances, elements, things, etc.) into one mass, collection, or assemblage, generally with a thorough blending of the constituents.
এটা (বস্তু, মৌল বা পদাৰ্থ আদি)ক এক সংগ্ৰহ বা সমূহৰ সৈতে যোগ কৰি সম্পূৰ্ণকৈ মিলা

Synonym:
English: blend mix alloy combine
Assamese: মিশ্ৰিত কৰ্ সান-মিহলি কৰ্ সান্ মিহলি কৰ্ খিচিৰী কৰ্ মিশ্ৰণ কৰ্ মিহলা লগ লগা সংমিশ্ৰণ কৰ মিলা মিহল মিলাই দে
Karbi: pangvui
Dimasa: gibring

Related Ideas:
blend combination compound mixture খিচিৰিmingle mix mix up মিলা-মিচা কৰ্ মিলি যা



Meaning:
(Verbal Noun) the product of a mixing process.
মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।

Synonym:
English: compound mixture blend combination
Assamese: খিচিৰী সংমিশ্ৰ মিশ্ৰণ বিমিশ্ৰ মিশ্ৰ মিছল মিহলি সংমিশ্ৰণ খিচিৰি
Dimasa: gibringyahbah

Related Ideas:
alloy blend combine mix খিচিৰী কৰ্




1996 - 2021 🄯 Xobdo.org