bakrogijabaksar

Baksa (English) [ IPA: [IPA] ASM: বাকছা]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-26
1. Place(Proper Noun-Neuter) Baksa district is one of the 27 districts of Assam. It is in westrn Assam in north bank of river Brahmaputra. বাক্সা জিলা অসমৰ ২৭ খন প্ৰশাসনিক জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থান হৈছে মুছলপুৰ৷ বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত৷ ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়৷ বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ৷
English: Baksa,
Assamese: বাক্সা,
Bodo: बाक्सा

baksa (Santali)
Contributed by: Joy Sagar Murmu on 2024-06-26
2. (Material Noun-Neuter) a container, case, or receptacle, usually rectangular, of wood, metal, cardboard, etc., and often with a lid or removable cover. সাধাৰণতে আয়তাকাৰ, কাঠ, ধাতু, ডাঠ-বকলা আদিৰে নিৰ্মিত আৰু এখন খোলা-বন্ধ কৰিব পৰা ঢাকনি থকা বস্তু ৰখা পাত্ৰ বা আচবাব।
English: box, crate, hutch,
Assamese: জঁপা, পেৰা, বাকচ,
Bodo: बाक्सु,
Mising: edum,
Khasi: ka synduk,
Karbi: sinduk,
Hmar: thingrem,
Nagamese: bakos,
Dimasa: bakso,
Chakma: buxsu,
TAI-Ahom: ইপ্,
Hindi: डिब्बा,
Bangla: বাক্স,
Nepali: बक्सा, बाकस, सन्दुक,
Deori: বাকচ, লুদুম,
Santali: baksa

Related Idea:

a. Abstract Noun-Neuter: cube, ঘনক, ঘনক্ষেত্ৰ, घनक, লুক বাট...

Sub Idea:

b. Material Noun-Neuter: small chest, সঁফুৰা, হাতনি-পেৰা...