accreditaccrescent

accreditation (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2016-11-06
1. Legal(Verbal Noun) the act of certifying (a school, college, or the like) as meeting all formal official requirements of academic excellence, curriculum, facilities, etc. (কোনো বিদ্যালয়, মহাবিদ্যালয় আদিয়ে) বিদ্যায়তনিক শ্ৰেষ্ঠতা, পাঠ্যক্ৰম, সা-সুবিধা আদিৰ ক্ষেত্ৰত সকলো আনুষ্ঠানিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰমাণপত্ৰ দিয়া কাৰ্য্য