Sri Sri Auniati SatraSridhar Kandali
Sri Sri Haridev (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-18
Sri Sri Haridev (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-18
1. Ekasarana Dharma(Proper Noun-Masculine) A vaishavite saint in Assam of fifteenth century.
অসমৰ প্ৰথম বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ "শ্ৰী শ্ৰী হৰিদেৱ" মহাপুৰুষ চাৰিজনৰ ভিতৰত অসমত
বৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক ``শ্ৰী শ্ৰী হৰিদেৱ``
১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত
লক্ষীমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ
জন্ম হয় ৷
মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে ভগৱানৰ
পূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ,
গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেই
সকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-
অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল ৷