সঙ্গম(Language: Assamese; Transcription: xong.gom)
Related words: null


Meaning:
(Abstract Noun) The act of two or more bodies coming together and becoming one.
দুই বা ততোধিক সত্ত্বা একেলগ হোৱা বা এক হোৱা৷

Synonym:
English: combination union
Assamese: যুক্ত কৰণ সংযুক্তকৰণ সঙ্গম মিলন মহামিলন
Karbi: asem chetong asong

Related Ideas:
None



Meaning:
(Verbal Noun) The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।

Synonym:
English: copulation coition intercourse fuck coitus
Assamese: আসংগ নিধুবন মৈথুন যৌনকৰ্ম জম্ভন অঙ্গ-সঙ্গ সুৰত ৰতিকৰ্ম শৃঙ্গাৰ ৰমণ সঙ্গম যৌন সংগম ৰতিক্ৰিয়া সংসৰ্গ সংগম যৌন মিলন প্ৰসভ নাৰী-সম্ভোগ অঙ্গসংগ অভিধৰ্ষণ যৌনাচাৰ যৌন সম্ভোগ
Meeteilon: haktinnaba famdinnaba
Karbi: kapa-er chedek kapa`er
Dimasa: lahlaibah jigilaibah

Related Ideas:
copulate গড় খা মৈথুন কৰ্ যৌনসঙ্গম কৰ্ ৰহ খা




1996 - 2021 🄯 Xobdo.org