পাতপাতক
পাত-বেকুলা (Deori) [ Roman: pat.be.ku.la]
English: toad,
Assamese: কটুৰৱ, কূপ-মণ্ডুক, কৃত্যালয়, খহুৱাভেকুলী, চুকভেকুলা, চুকভেকুলী, দাদুৰ, দাদুৰি, বিষ্টিভূ, বৃষ্টিভূ, বেং, বৰ্ষাঘোষ, বৰ্ষাভূ, বৰ্ষামদ, শালুৰ,
Bodo: एमबु सथर, एम्बु1,
Karbi: ok-ak,
Dimasa: khaoroma maabra,
Tai: থিত,
Deori: পাত-বেকুলা,
b. Common Noun: frog, অজন্ত, অজিহ্ব, তোয়সূচক, দাদুৰী
1. Reptile(Common Noun-Common) Any of numerous anuran amphibians (esp. family Bufonidae) that are distinguished from the related frogs by being more terrestrial in habit though returning to water to lay their eggs, by having a build that is squatter and shorter with weaker and shorter hind limbs, and by having skin that is rough, dry, and warty rather than smooth and moist.
প্ৰধানকৈ মাটিত বাস কৰা কিন্তু কণী পাৰিবৰ সময়ত পানীলৈ যোৱা এবিধ উভচৰ প্ৰাণী। ইহঁতৰ দেহ চুটি, পাচঠেং দুখন দুৰ্বল আৰু চুটি, আৰু গাৰ চালখন খহটা, শুকান আৰু খহুলা হয়।
প্ৰধানকৈ মাটিত বাস কৰা কিন্তু কণী পাৰিবৰ সময়ত পানীলৈ যোৱা এবিধ উভচৰ প্ৰাণী। ইহঁতৰ দেহ চুটি, পাচঠেং দুখন দুৰ্বল আৰু চুটি, আৰু গাৰ চালখন খহটা, শুকান আৰু খহুলা হয়।

Assamese: কটুৰৱ, কূপ-মণ্ডুক, কৃত্যালয়, খহুৱাভেকুলী, চুকভেকুলা, চুকভেকুলী, দাদুৰ, দাদুৰি, বিষ্টিভূ, বৃষ্টিভূ, বেং, বৰ্ষাঘোষ, বৰ্ষাভূ, বৰ্ষামদ, শালুৰ,
Bodo: एमबु सथर, एम्बु1,
Karbi: ok-ak,
Dimasa: khaoroma maabra,
Tai: থিত,
Deori: পাত-বেকুলা,
Related Ideas:
a. Common Noun: Hyla arborea, tree frog, পাতবেং, embru walai, খিত-খা-জাওb. Common Noun: frog, অজন্ত, অজিহ্ব, তোয়সূচক, দাদুৰী