ধাৰাসাৰ(Language: Assamese; Transcription: dha.ra.xar)
Related words: null


Meaning:
(Proper Adj.) Uninterrupted in time and indefinitely long continuing.
একেৰাহে বহুত সময় ধৰি চলি থকা|

Synonym:
English: unhindered non-stop unending ceaseless incessant continual
Assamese: ধাৰাসাৰ অবিৰল নিৰৱচ্ছিন্ন বিৰতিবিহীন অবাধ লেথাৰি-নিছিগা অবিৰত নিৰৱকাশ ধাৰাবাহিক লেলপেল অবিশ্ৰান্ত নিৰন্তৰ অবিচ্ছিন্ন নেৰানেপেৰা অনৱচ্ছিন্ন লেথাৰি নিছিগা অবিৰাম বিৰামহীন ৰমৰমীয়া

Related Ideas:
ceaselessly constantly continually continuously incessantlycontinuity ধাৰাবাহিকতা নিৰৱচ্ছিন্নতা




1996 - 2021 🄯 Xobdo.org