চেংচেঙীয়াচেংৰা

চেংমৰা (Assamese) [ Roman: seng.mo.ra]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-26
1. (Common Noun) Arum like edible aquatic herb with thorns. দ ঠাইত হোৱা, কাঁইটীয়া, শকত গা-গছৰ কচু৷ পাতৰ মধ্যসিৰা, শাখা সিৰা কাঁইটীয়া, বৃন্ত দীঘল, ত্ৰিভুজাকাৰ,অখন্ড, বা পখীপাদাকৃতি৷