খিচিৰী(Language: Assamese; Transcription: khi.si.ri)
Related words: null


Meaning:
(Verbal Noun) the product of a mixing process.
মিশ্ৰণ বা মিহলি কৰা প্ৰক্ৰিয়াৰ ফল।

Synonym:
English: mixture blend combination compound
Assamese: মিশ্ৰ মিছল মিহলি সংমিশ্ৰণ খিচিৰি খিচিৰী সংমিশ্ৰ মিশ্ৰণ বিমিশ্ৰ
Dimasa: gibringyahbah

Related Ideas:
alloy blend combine mix খিচিৰী কৰ্



Meaning:
(Material Noun) mixture of rice and daal (sometimes with potato and other vegitables) cooked together with ghee/oil and spices.
চাউল আৰু দাইল একেলগে ঘিঁউ বা তেলত মছলা আদি দি সিজোৱা আহাৰ৷ কেতিয়াবা চাউল দাইলৰ লগত আলু বা আন পাছলিও দিয়া হয়৷

Synonym:
English: khichri khichari
Assamese: খিচিৰি খিচিৰী খিচিৰি ভাত
Dimasa: kisiri

Related Ideas:
None




1996 - 2021 🄯 Xobdo.org