All>Science and Technology>Geography>Lake

Items in Lake


1. Lake(Proper Noun-Neuter) the highest fresh water lake in the world at 4,566 mt. above the sea level on the Himalayas. গোলাকাৰ আকৃতিৰে প্ৰায় ৩২০ বৰ্গকিলোমিটাৰ ঠাই আগুৰি, ৯০ মিটাৰ গভীৰতাৰে সাগৰপৃষ্ঠৰ পৰা ৪,৫৫৬ মিটাৰ উচ্চতাত, হিমালয় পৰ্বতত (চীন দেশৰ তিৰ্বত স্বায়ত্বশাসিত অঞ্চলত)থকা পৃথিৱীৰ সৰ্বোচ্চ্ সতেজ পানীৰ হ্ৰদ৷ শীত কালত ইয়াৰ পানী গোট মাৰে৷ চুটলেজ নদীৰ উৎস৷ ব্ৰহ্মপুত্ৰ, গংগা আদি নদীৰ উৎসও ইয়াৰ ওচৰে পাজৰে৷ ইয়াৰে সৈতে হিন্দু ধৰ্মীয় বিশ্বাস জড়িত আছে৷ ভাৰত চৰকাৰৰ সৌজন্যত মানস সৰোবৰ ভ্ৰমণ কৰাৰ সুবিধা আছে৷
English: Manasarovar Lake,
Assamese: মানস সৰোবৰ

2. Lake(Common Noun-Common &/or Masculine) the largest freshwater lake in India, also called the only Floating lake in the world due to the floating phumdis (heterogeneous mass of vegetation, soil, and organic matters at various stages of decomposition) on it, is located near Moirang in Manipur state, India. ভাৰকৰ ভিতৰতে ডাঙৰ বিশুদ্ধ(অলুনীয়া) পানীৰ হ্ৰদ৷ মণিপুৰৰ মৈৰাং জিলাত অৱস্থিত৷
English: Loktak Lake,
Assamese: লোকটাক হ্ৰদ

3. Lake(Proper Noun-Neuter) is located to the south-west of Guwahati city, in Kamrup district of Assam, India[1] It is a permanent freshwater lake, in a former channel of the Brahmaputra River, to the south of the main river. It is also called a wetland under the Ramsar Convention which has listed the lake in November 2002, as a Ramsar Site for undertaking conservation measures on the basis of its biological and environmental importance
English: Deepor Beel, Dipor Bil,
Assamese: দিপৰ বিল,
Nepali: दिपर बिल

4. Lake(Proper Noun-Neuter) a wide, shallow lake in Tinsukia and a part of Dibru-Saikhowa National Park. Famous for various species of migratory birds in winter. There are good facilities for watching these birds. ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ এক অংশ আৰু তিনিচুকীয়াৰ গুইজানৰ ওচৰত থকা বিখ্যাত বিল৷শীতকালত ইয়ালৈ অসংখ্য পৰিব্ৰাজক চৰাই আহে৷নাৱেৰে চৰাই চোৱাৰ ভাল ব্যৱস্থা আছে৷
English: Maguri Beel,
Assamese: মাগুৰী বিল

5. Lake(Proper Noun-Neuter) A lake in Kamrup district in southern bank of Brahmaputra কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উল্লেখযোগ্য হ্ৰদ৷
English: chandubi,
Assamese: চান্দডুবি