ৰাইজে নখ জোকাৰিলে নৈ বয়৷ ৰাইজৰ দ্বাৰা, ৰাইজৰ হকে আৰু ৰাইজেৰে গঠিত৷
- এই দুই চিন্তাধাৰাৰ আধাৰত গঠিত 'শব্দ'ই আজি আন এটি অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ল’বলৈ আগবাঢ়িছে - অসমীয়া ভাষাৰ শব্দবোৰৰ উচ্চাৰণ বাণীবদ্ধকৰণ৷ ইয়াত আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ৷ আপোনালোক প্ৰতিজনৰে সহযোগিতাৰ অবিহনে ভাষা জননীৰ নিমিত্তে আগবঢ়াব খোজা এই নগণ্য সেৱা সফল হ’ব নোৱাৰে৷ আহক আমি একেলগে কণ্ঠদান কৰোঁ আৰু শব্দবোৰৰ উচ্চাৰণসমূহ বাণীবদ্ধ কৰোঁ৷
XOBDO.ORG is taking up a new initiative to record sound file for pronunciation of Assamese words by 'crowd sourcing' sound recordings. You can participate simply by logging in and recording your voice.