Xobdo Learn > Course-11 > L1105 >

Conversation 5 : Husband-Wife Fighting

The Partha is busy with his laptop in his house. His wife, Neena, comes and starts these conversation:
Neena: কি কৰিছা?


Partha: কাম কৰিছো৷


Neena: কি কাম কৰিছা?


Partha: অফিছৰ কাম৷


Neena: ঘৰৰ কাম কেতিয়া কৰিবা?


Partha: পিছত কৰিম৷


Neena: কেতিয়া?


Partha: কালিলৈ কৰিম, হবনে?


Neena: নহব৷ আজিয়ে কৰিব লাগিব৷


Partha: ঠিক আছে৷ এতিয়াই কৰিম৷