Xobdo Learn > Course-11 > L1104 >

Conversation 4 : Phone Conversations Basics

ক: হেল্লো মা, ভালনে?


খ: মোৰ ভালেই, তোমালোকৰ ভালনে?


ক: আমাৰো ভাল৷


খ: দেউতাৰ কেনে?


ক: তেওঁ ভালেই আছে৷


খ: ভাইটিৰ কেনে?


ক: তাৰ খবৰ পোৱা নাই৷ আকৌ ফোন কৰিবা৷


খ: নিশ্বয়৷